Jump to content

User:চিৰঞ্জীৱ শঙ্কৰ

From Wikipedia, the free encyclopedia

তেখেতে ১৯৮৪ চনৰ ১ এপ্ৰিলৰ ৰবিবাৰে নিশা ০৯ বাজি ৪৭ মিনিটত ছমৰীয়া সত্ৰ নিবাসী স্বৰ্গীয় আস্তিক কলিতা আৰু মা বাসন্তী কলিতাৰ দ্বিতীয় সন্তান ৰূপে জন্ম গ্ৰহণ কৰে

তেখেতৰ ডাঙৰ দাদা ৰিন্তু কলিতা ভাইটী কনমনি কলিতা

তেখেত পঢ়া-শুনাত সিমান ভাল নাছিল কিন্তু সংগীত, কবিতা আদিৰ ক্ষেত্ৰত আগ্ৰহী আছিল বাবেই পঢ়া শুনাতকৈ বেছি ভাগ সময় গীত শুনা, কবিতা পঢ়া, টিভিত কথাছবি চোৱাতেই সময়বোৰ পাৰ কৰিছিল আৰু সময় সুবিধা মিলাই দুই এটা কবিতা, গীতো লিখিবলৈ চেষ্টা কৰিছিল যদিও কবিতা আৰু গীতৰ ক্ষেত্ৰখনত সফলতা অৰ্জন কৰিব পৰা নাছিল হয়তো সেই বাবেই বেজাৰতে লিখা-মেলা কমাই আহিছিল

প্ৰিয় খেল - ক্ৰিকেট, ফুটবল, কাবাডী প্ৰিয় ৰং - সেউজীয়া, কমলা প্ৰিয় শিল্পী - প্ৰতিজন শিল্পীয়েই তেখেতৰ প্ৰিয়